July 18, 2024 ক’ভিডত আক্ৰান্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন… Share FacebookTwitterWhatsAppTelegramKooEmail ক’ভিডত আক্ৰান্ত আমেৰিকাৰ ৮১ বছৰীয়া ৰাষ্ট্ৰপতি জো বাইডেন৷ হোৱাইট হাউছৰ প্ৰেছ সচিব কাৰাইন জিন পেৰীয়ে সদৰী কৰিছে এই কথা৷ ক’ভিড 19ৰ লক্ষণ ধৰা পৰিছে ৰাষ্ট্ৰপতি জো বাইডেনৰ শৰীৰত৷ Author: দৈনন্দিন বাৰ্তা Related Articles দুৰ্বৃত্তৰ আক্ৰমণত আহত বলিউড অভিনেতা টাইগাৰ শ্ৰফক সাক্ষাৎ মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰীৰ দৈনন্দিন বাৰ্তা - October 19, 2026 পুনৰ ১৩ গৰাকীকৈ ভক্তৰ মৃ*ত্যুঃ আহত কৰ্তব্যৰত দুজন আৰক্ষী দৈনন্দিন বাৰ্তা - October 18, 2026 আজি বিশেষ কাৰ্যবাহী দণ্ডাধীশ আদালতত হাজিৰ কৰাব CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেক দৈনন্দিন বাৰ্তা - October 17, 2026