February 27, 2024 আজি উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু হিমাচল প্ৰদেশত অনুষ্ঠিত হ’ব নিৰ্বাচন… Share FacebookTwitterWhatsAppTelegramKooEmail আজি দেশৰ ৩ খন ৰাজ্যত ৰাজ্যসভাৰ নিৰ্বাচন৷ উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু হিমাচল প্ৰদেশত অনুষ্ঠিত হ’ব নিৰ্বাচন৷ ১৫ খন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন৷ উত্তৰপ্ৰদেশ, কৰ্ণাটকত ক্ৰছ ভোটিঙৰ আশংকা৷ Author: দৈনন্দিন বাৰ্তা Related Articles বাজেট দাখিলৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল দৈনন্দিন বাৰ্তা - July 10, 2026 সদনত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট দাখিল বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ দৈনন্দিন বাৰ্তা - July 10, 2026 আজি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দাখিল কৰিব ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট দৈনন্দিন বাৰ্তা - July 10, 2026