Breaking

Raised ৰ উদ্যোগত গুৱাহাটীৰ হেঙাৰবাৰী, পাঞ্জাবাৰী,পাণ্ডু,ফাঁচীবজাৰ,বেটকুচিত ২১মে’ৰ পৰা ভেকচিন প্ৰদান

0 49

ৰাজ্য চৰকাৰ ৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ সহযোগ ত আৰু raised ৰ উদ্যোগ ত গুৱাহাটী মহানগৰ ৰ হেঙাৰবাৰী, পাঞ্জাৱৰী,পাণ্ডু,ফাঁচী বজাৰ,বেটকুচি অঞ্চলত বিগত ২১মে তাৰিখৰ পৰা ১৮-৪৪বছৰ ৰ অন্তৰ্গত লোকক কোভীষিল্ড ভেকচিন প্ৰদান কৰি থকা হৈছে আৰু ইয়াৰ লগতে ৪৫বছৰ ৰ ওপৰৰ লোক ক ও ভেকচিন প্ৰদান কৰি থকা হৈছে।ৰাতিপুৱা ৯.৩০ ৰ পৰা দুপৰীয়া১.৩০ বজালৈ কেন্দ্ৰ কেইটা ত ভেকচিন প্ৰদান কৰি থকা হৈছে।বেটকুচি কেন্দ্ৰটো ত জাগ্ৰত যুৱ সমাজ ৰ সদস্য সকলে যথেষ্ট সহায় সহযোগিতা আগবঢ়াই আহিছে।ইয়াৰ উপৰিও ৩০মে পৰা লালমাটি ৰ গুৰুদ্বাৰ ত আন এটা ভেকচিন কেন্দ্ৰ ও আৰম্ভ কৰা হৈছে।উক্ত কেন্দ্ৰ সমূহ ত বিনামূলীয়া কৈ এই ভেকচিন প্ৰদান কৰি থকা ৰ লগতে covid পৰীক্ষা ও কৰি থকা হৈছে।কেন্দ্ৰ সমূহ ত বিনামূলীয়া ভেকচিন গ্ৰহণ কৰিবলৈ সকলো কে সংগঠন ৰ সম্পাদক বংকিম শৰ্মা ই অনুৰোধ জনাইছে

Leave A Reply