Breaking

কেন্দ্ৰীয় চৰকাৰৰ বাৰ্ষিক পৰিচ্ছন্নতা জৰীপত প্ৰথম স্থানত বাৰাণসী

0 2,251

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শনিবাৰে (২০ নৱেম্বৰ ২০২১, ) দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰসমূহক স্বচ্ছ সৰ্বেক্ষণ বঁটা ২০২১ প্ৰদান কৰে।কেন্দ্ৰীয় চৰকাৰৰ বাৰ্ষিক পৰিচ্ছন্নতা জৰীপত বাৰাণসীয়ে আটাইতকৈ পৰিষ্কাৰ গংগা নগৰ শ্ৰেণীত প্ৰথম স্থান লাভ কৰে। ইয়াৰ উপৰিও ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে চুৰাট (গুজৰাট) আৰু বিজয়ৱাড়া (অন্ধ্ৰ প্ৰদেশ)ক দেশৰ দ্বিতীয় আৰু তৃতীয় পৰিষ্কাৰ চহৰ হিচাপে ও প্ৰদান কৰে।

Leave A Reply