Breaking

অৱশেষত জামিন লাভ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ

0 80

জামিন লাভ বৰ্ষাশ্ৰী । অৱশেষত জামিন লাভ বৰ্ষাশ্ৰী । গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে জামিন । গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিলে বৰ্ষাশ্ৰীক । অধিবক্তাৰ যুক্তি শুনাৰ পিছত উচ্চ ন্যায়ালয়ে মঞ্জুৰ বৰ্ষাশ্ৰীৰ জামিন । ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই ।

গোলাঘাট কাৰাগাৰৰ ভিতৰত পৰীক্ষাত বহিছিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই। এটা ফেচবুক পোষ্টকলৈ গোলাঘাট কাৰাগাৰত বন্দী হৈ আছিল ডিচিবি মহাবিদ্যালয়ৰ ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই। শনিবাৰে কাৰাগাৰৰ ভিতৰতে পৰীক্ষাত বহিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই।

ডিচিবি মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্রী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই ১৬ জুলাইত গোলাঘাট কাৰাগাৰৰ ভিতৰত প্রথটো পৰীক্ষাত অৱতীৰ্ণ হয়। ১৯ বছৰীয়া ছাত্ৰী গৰাকী বিগত দুমাহ ধৰি কাৰাবন্দী হৈ আছিল। এটা বিতৰ্কিত ফেচবুক পোষ্ট দিয়াৰ বাবে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক গোলাঘাট কাৰাগাৰত বন্দী কৰি ৰখা হৈছেল ।

বিগত দুমাহ ধৰি ফেচবুক পোষ্টৰ বাবে কাৰাগাৰত বন্দী হৈ থকা বৰ্ষাশ্ৰী বুঢ়াগোহাঁই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব নে নাই, ইয়াকেলৈ বিগত কিছুদিন ধৰি সৃষ্টি হৈ আছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি দিয়া হয়।

Leave A Reply