Breaking

হিন্দী, তামিল, টেলুগু আৰু বঙালী ভাষাত ‘বীৰাঙ্গনা সাধনী’

0 49

অসমীয়া চলচিত্ৰ প্ৰেমী ৰাইজৰ বাবে ভাল খবৰ। পূৰ্ণগতিত চিত্ৰগ্ৰহণ চলি থকা অসমীয়া ছবি “বীৰাঙ্গনা সাধনী” ৰ সৈতে জড়িত এই খবৰ।

বলীউডৰ এটি আগশাৰীৰ প্ৰডাকচন হাউছে ‘বীৰাংগনা সাধনী’ৰ চিত্ৰগ্ৰহণৰ কিছু ফুটেজ দেখিয়েই ছবিখন সমগ্ৰ ভাৰতবৰ্ষত হিন্দী, তামিল, টেলেগু আৰু বঙালী ভাষাত মুক্তি দিয়াৰ বাবে আগবাঢ়ি আহিছে।

মুক্তিৰ পূৰ্বেই ছবিখনৰ প্ৰতি সকলোৱে দেখুওৱা এই সঁহাৰি তথা সমাদৰ সঁচাকৈ উল্লেখনীয় বুলি মঙলবাৰে সামাজিক মাধ্যমত প্ৰকাশ ‘বীৰাঙ্গনা সাধনী’ টিমৰ…।

Leave A Reply