ভেনিজুৱেলাত মৃত্যুৰ বিভীষিকাঃ তাচপাতৰ দৰে খহি পৰে প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা

ভূমিকম্পত বিধ্বস্ত ভেনিজুৱেলা।

২৩৫গৰাকী লোকৰ মৃত্যু ভয়ংকৰ ভূমিকম্পত।

সন্ধানহীন হৈ আছে ৩৯হাজাৰ লোক।

ভেনিজুৱেলাৰ ভূমিকম্পৰ ভয়ংকৰ দৃশ্য এতিয়া ভাইৰেল হৈছে সামাজিক মাধ্যমত।

তাচপাতৰ দৰে খহি পৰে প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা।

ভয়ানক ভূমিকম্পৰ পিছৰে পৰা উদ্ধাৰ অভিযান অব্যাহত আছে।

শতিকাৰ দুটাকৈ ভয়ানক ভূমিকম্পই জোকাৰি যোৱাৰ পিছত এতিয়া ভেনিজুৱেলাত মৃত্যুৰ বিভীষিকা।

২৩৫ গৰাকী লোকৰ মৃত্যুৰ লগতে ১৫০০ৰো অধিক লোক আহত।

মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা।

এতিয়াও ২০০ৰো অধিক লোক বিভিন্ন ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ থকাৰ সন্দেহ।

Related Articles