Breaking

কোকৰাঝাৰৰ ডোলমাৰা বজাৰ জামে মছজিদত দুষ্টচক্ৰৰ আক্ৰমণ

0 1,275

দেওবাৰে নিশা জামে মছজিদ আক্ৰমণে মছজিদৰ ক্ষতিসাধন কৰাৰ লগতে কিছু বয়বস্তু ক্ষতিসাধন কৰে। উক্ত ঘটনাক কেন্দ্ৰ কৰি পুৱাৰে পৰা অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাস্থলীত এবিএমছু, আমছু, নেমছু, আৰএমছিৰ লগতে অইন অইন সংগঠন।

ঘটনাস্থলীত উপস্থিত হৈ এবিএমছুৰ কেন্দ্ৰীয় সভাপতি আশ্ৰাফুল ইছলামে ৰাইজক শান্তি মিলাপ্ৰীতি বৰ্তাই ৰখাৰ আহ্বান জনোৱাৰ লগতে উক্ত ঘটনাক কেন্দ্ৰ কৰি বিটিএডি তথা অসমত যাতে কোনো দুষ্টচক্ৰই হিংসাৰ বীজ ৰোপন কৰিব নোৱাৰে তাৰ বাবে আহ্বান জনায় এবিএমছুৰ সভাপতি আশ্ৰাফুল ইছলামে।

Leave A Reply