বিক্রম-১ উৎক্ষেপণৰ বাবে সাজু ভাৰত।
ভাৰতৰ প্ৰথম ব্যক্তিগত অৰ্বিটেল ৰকেট উৎক্ষেপণৰ বাবে সাজু স্কাইৰুট।
জুলাই অথবা আগষ্ট মাহত উৎক্ষেপণৰ সম্ভাৱনা ‘বিক্ৰম-১’ নামৰ ৰকেটটো।
শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ হ’ব ৰকেটটো।