Breaking

VIP ছাগলী চোৰক লপাথপা ! উত্তেজিত ৰাইজে ভাঙি চুৰ্মাৰ কৰিলে VIP বাহন…

0 1,469

VIP ছাগলী চোৰক ৰাইজৰ লপাথপা ।

উত্তেজিত ৰাইজে ভাঙি চুৰ্মাৰ কৰিলে VIP বাহন।

ঘটনা স্থলীত আৰক্ষী উপস্হিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ ।

দৰং জিলাৰ কলাইগাওঁ সমষ্টিৰ অন্তৰ্গত বৰবাগান চাহ বাগিছাৰ মাজ মজিয়াত VIP ছাগলী চূৰক ৰাইজে খেদি খেদি কৰিলে আটক ।

পিছত ৰাইজে লফা থপা দি গতালে আৰক্ষীক।

ৰাইজে ছাগলী চুৰি কৰি অনা VIP বাহন খনো ভাঙি চুৰ্মাৰ কৰে।।

পিছলৈ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।।

ভুক্তভোগীয়ে থানাত দাখিল কৰে চোৰৰ বিৰূদ্ধে এজাহাৰ।

Leave A Reply