Breaking

বিৰাট কোহলিলৈ ICC Men’s ODI Cricketer Of The Year বঁটা

0 21

আই চি চি ক্রিকেট বিশ্বকাপ ২০২৩ ত শ্ৰেষ্ঠ খেলুৱৈ বিৰাট কোহলি।

ভাৰতৰ অসাধাৰণ বেটাৰগৰাকীক আই চি চিৰ বর্ষশ্রেষ্ঠ এদিনীয়া বঁটাৰে সন্মানিত কৰা হৈছে।

বিৰাট কোহলিলৈ চতুৰ্থবাৰৰ বাবে ICC Men’s ODI Cricketer Of The Year বঁটা আগবঢ়োৱা হৈছে৷

২০১২, ২০১৭, ২০১৮ৰ পাছত ২০২৩ বৰ্ষৰ বাবেও বিৰাট কোহলিলৈ ICCৰ এই সন্মান৷

Leave A Reply