Breaking

ভাৰত-নিউজিলেণ্ডৰ খেলত আন এক অভিলেখ বিৰাট কোহলিৰ…

0 52

ভাৰত-নিউজিলেণ্ডৰ খেলত আন এক অভিলেখ বিৰাট কোহলিৰ। বিশ্বকাপত তেণ্ডুলকাৰৰ ২টাকৈ ৰেকৰ্ড ভংগ কৰিলে বিৰাট কোহলিয়ে।

বিশ্বকাপত বিৰাট কোহলিয়ে অৰ্জন কৰিলে ৫০টা শতক। এদিনীয়া ক্ৰিকেটত ৪৯টা শতক অৰ্জন কৰিছিল তেণ্ডুলকাৰে।

সৰ্বাধিক ৰান কৰা ক্ৰিকেটাৰ হ’ল বিৰাট কোহলি। ২০০৩ৰ শচীনৰ বিশ্ব অভিলেখ ভংগ কৰিলে কোহলিয়ে। ২০০৩ৰ বিশ্বকাপত শচীনে সংগ্ৰহ কৰিছিল ৬৭৩ ৰান।

Leave A Reply