Breaking

লামডিংত বিশ্ব হিন্দু পৰিষদৰ পাকিস্তানী সন্ত্ৰাসবাদী আৰু কাশ্মীৰি সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

0 2,031

হোজাই জিলাৰ অন্তৰ্গত লামডিঙ চহৰৰ মাজ মজিয়াত আজাদ হিন্দ লাইব্ৰেৰীৰ সম্মুখত বিশ্ব হিন্দু পৰিষদৰ লামডিঙ শাখাৰ নেতা কৰ্মী একলগ হৈ কাশ্মীৰি সন্ত্ৰাস বাদী আৰু পাকিস্তানী সন্ত্ৰাস বাদীৰ পুত্তলিকা দাহ কৰে আৰু কাশ্মীৰি সন্ত্ৰাস বাদীক হুংকাৰ দিয়ে। উল্লেখযোগ্য যে যোৱা দুদিন পূৰ্বে কাশ্মীৰত এখন স্কুলৰ ভিতৰত পাকিস্তানী সন্ত্ৰাস বাদী সুমাই দুই জন হিন্দু শিক্ষকক গুলীয়াই হত্যা কৰাক লৈ আজি লামডিঙত পাকিস্তানী সন্ত্ৰাস বাদীৰ পুত্তলিকা দাহ কৰে আৰু তেওঁলোকক হুচিয়াৰী প্ৰদান কৰাৰ লগতে ভাৰত মাতা কি জয় আৰু পাকিস্তানী সন্ত্ৰাস বাদী হুচিয়াৰ পাকিস্তান গো বেক স্লোগানেৰে আকাশ বতাহ কপাই তুলে।

Leave A Reply