Breaking

ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বানাক্ৰান্ত শিৱিৰ পৰিদৰ্শন

0 1,583

সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলা বৰ্তমান বানৰ কৱলত পৰিছে। জিলা খনৰ বৰ্নাত্য সকলে বৰ্তমান ৰাস্তাৰ কাষত, চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আদিত বাহৰ পাতি কোনোমতে জীয়াই আছে। আনহাতে খাদ্যৰ অভাৱত পশুধনৰ আলৈ-অথানি নোহোৱা হৈ পৰিছে।

সেই সময়তে ধুবুৰী জিলাৰ সাংসদ বদৰুদ্দিন আজমলে বন্যাত্যৰ কাষত থিয় হৈ আজমল ফাউণ্ডেষনৰ দ্বাৰা বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে শিৱিৰস্থ সকলৰ বুজ লয়।

Leave A Reply