Breaking

দেৰগাঁৱৰ নৱজ্যোতি যুৱ সংঘৰ উদ্যোগত যুৱতীৰ সকলক ভলীবলৰ প্ৰশিক্ষণ…

0 1,526

দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ নপমুৱাত নৱজ্যোতি যুৱ সংঘৰ উদ্যোগত মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত এজাক যুৱতীৰ মাজত অনুষ্ঠিত হৈছে ভলীবল প্ৰশিক্ষণ । ব্ৰহ্মপুত্ৰ পাৰৰ যুৱতী সকলৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ লক্ষ্যৰে এই ভলীবল প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। স্থানীয় ৰাইজৰ সহযোগত মুখ্য প্ৰশিক্ষক হিচাপে ইতিমধ্যে সঞ্জীৱ কাকতীৰ তত্ত্বাৱধানত এই প্ৰশিক্ষণ গ্ৰহণ কৰিছে বহুকেইগৰাকী যুৱতীয়ে। এইসকল যুৱতীক ক্ৰিয়াৰ সকলো সামগ্ৰীৰ ব্যৱস্থা কৰিলে হয়তো অসমৰ পৰা বহু যুৱতীয়ে উজ্বলাব অসমৰ নাম।


ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

Leave A Reply