Breaking

আজি পাকিস্তানত সংসদীয় সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ ! জে’লৰ পৰাই বেলটযোগে ভোটদান প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ…

0 22

আজি পাকিস্তানত সংসদীয় সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া।

৩৩৬খন আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন। ৪খন প্ৰাদেশিক বিধানসভাৰ বাবেও অনুষ্ঠিত হৈছে নিৰ্বাচন।

জে’লৰ পৰাই বেলটযোগে ভোটদান প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ। দেশখনত বন্ধ কৰা হৈছে ইণ্টাৰনেট সেৱা।

Leave A Reply