Breaking

আজি তেলেংগানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ…

0 42

আজি তেলেংগানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া।
১১৯খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।


২২৯০ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা।
৩ ডিচেম্বৰত তেলেংগনা বিধাসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব।
ৰাজ্যখনত আছে প্ৰায় ৩.১৭ কোটি ভোটাৰ।

Leave A Reply