September 21, 2023 ৰূপহীহাটৰ নাবালিকা ধৰ্ষণকাণ্ডৰ অভিযুক্ত ৱাহাৱ আলীক আটক… Share FacebookXWhatsAppTelegramKooEmail ৰূপহীহাটৰ নাবালিকা ধৰ্ষণকাণ্ডৰ অভিযুক্ত ৱাহাৱ আলীক আটক। ১৪ ছেপ্টেম্বৰত ধৰ্ষণৰ বলি হৈছিল এগৰাকী ১৪ বছৰীয়া নাবালিকা। জুৰীয়াৰ পৰা আৰক্ষীয়ে আটক কৰে পলাতক ৱাহাৱ আলীক। Author: দৈনন্দিন বাৰ্তা Related Articles ঘনকান্তৰ আক্ৰমণত আহত শিৱসাগৰ আৰক্ষী নগৰ পৰিদৰ্শক দেৱাশিষ শৰ্মা দৈনন্দিন বাৰ্তা - November 4, 2026 ধুবুৰীত ৩৬জন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ ! অবৈধ অনুপ্ৰৱেশৰ পিচত চেন্নাইলৈ যোৱাৰ পৰিকল্পনা দৈনন্দিন বাৰ্তা - October 31, 2026 ঘাতক ঘনকান্ত গগৈৰ পত্নীৰ আৰক্ষীৰ ওচৰত আত্মসমর্পণ দৈনন্দিন বাৰ্তা - October 31, 2026