Breaking

সংখ্যালঘু ছাত্ৰীৰ বাবে সুখবৰ লাভ কৰিব জলপানি

0 1,056

অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ সৌজন্যত অসমৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহত অধ্যয়নৰত
দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ বাবে সুখবৰ।২১,৬৬১ গৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীলৈ ২০২১-২২ বৰ্ষৰ বিশেষ জলপানিৰ ধন DBT প্ৰক্ৰিয়াৰে আজি মুকলি কৰি দিয়া হ’ব।

ৰাজ্য চৰকাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বিগত বৰ্ষসমূহৰ দৰে ২০২১-২২ বৰ্ষৰো স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্যপুথি ক্ৰয়ৰ বাবে ১০০০ (এহেজাৰ) টকাকৈ মুঠ ৩,৫৪,৩৪১ গৰাকী ছাত্র ছাত্ৰীলৈ সৰ্বমুঠ ৩৫৪৩.৪১ লাখ টকা মুকলি কৰি দিছে। ছাত্ৰ-ছাত্ৰীসকলে এই ধন নিজ নিজ বেংক একাউণ্টত DB প্রক্ৰিয়াৰ যোগেদি লাভ কৰিব।

Leave A Reply