Breaking

দুৰ্ঘটনাত পতিত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ! চিকিৎসালয়লয় ভৰ্তি…

0 29

দুৰ্ঘটনাত পতিত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, চিকিৎসালয়লয় ভৰ্তি

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী এক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে । বংগৰ মুখ্যমন্ত্ৰীৰ দলীয় কাৰ্যালয়ৰ এক্সতকোৱা হৈছে ”আমাৰ অধ্যক্ষ ডাঙৰ আঘাতপ্ৰাপ্ত হৈছে। অনুগ্ৰহ কৰি তেওঁৰ বাবে প্ৰাৰ্থনা কৰক ” ।

প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কপালত আঘাত পাইছে। অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে দলৰ মুৰব্বীগৰাকীৰ কপালৰ আঘাতৰ লগতে চিকিৎসালয়ৰ বিচনাত তেওঁ পৰি থকা ফটো শ্বেয়াৰ কৰে।

খবৰ অনুসৰি তেওঁ কালিঘাটৰ বাসভৱনত পিছলি পৰে। তেওঁক লগে লগে দলীয় কৰ্মীসকলে এছএছকেএম চিকিৎসালয়লৈ লৈ গৈ তাত ভৰ্তি কৰোৱায়।

Leave A Reply