Breaking

হেলমেট পিন্ধি ঘোঁৰা পিঠিত উঠি কি কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কন্যা মাল্টি মেৰীয়ে…

0 25

প্ৰিয়ংকা চোপ্ৰাই শ্বেয়াৰ কৰিছে এখন মৰমলগা ফটো। যিখন ফটোত মালতীক ঘোঁৰাত বহি থকা দেখা গৈছে। এই ফটোখন পিছফালৰ পৰা তোলা হৈছে য’ত মালতীয়ে ঘোঁৰাৰ ওপৰত হেলমেট লৈ বহি আছে। প্ৰিয়ংকা চোপ্ৰাক প্ৰায়ে কন্যা মালতী মেৰীৰ সৈতে সময় কটোৱা দেখা যায়। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে স্বামী নিক জ’নাছ আৰু কন্যাৰ সৈতে ৰাতিৰ আহাৰ উপভোগ কৰা দেখা গৈছে।

এতিয়া প্ৰিয়ংকাৰ কন্যা মালতী মেৰীয়ে ঘোঁৰা পিঠিত উঠিছে। ইয়াৰ আভাস ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে প্ৰিয়ংকা চোপ্ৰাই।


Leave A Reply