Breaking

এম আইৰ বিৰুদ্ধে ১২৯ ৰানেৰে শ্বুবমেন গিলে কি অভিলেখ ভংগ কৰিলে?

0 97

আই পি এল ২০২৩ৰ কোৱালিফায়াৰ ২ত এম আইৰ বিৰুদ্ধে ১২৯(৬০) ৰান সংগ্ৰহ কৰি শ্বুবমান গিলে আই পি এল প্লে অফত সৰ্বাধিক স্ক’ৰ ৰেকৰ্ড কৰে।

গিলে ১০টা ছয় সংগ্ৰহ কৰে, যিটো আই পি এলৰ প্লে অফ মেচত বেটছমেনৰ সৰ্বাধিক ছয়। আই পি এলৰ একেৰাহে চাৰিটা ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ গঢ়িছে গিলে (৩৭৬)।

লগতে একেৰাহে ৪ টা টি-২০ ইনিংছত ৩ শতকৰে প্ৰথম ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়।

Leave A Reply