Breaking

কি আছে কবি নীলমণি ফুকনে নিত্য বৰাক দিয়া ‘বন্ধ খামৰ চিঠি’ত? ‘বন্ধ খামৰ চিঠি’ কেতিয়া খুলিব…

0 327

কাব্যঋষি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠিখনে কৌতুহলৰ সৃষ্টি কৰিছে। জ্ঞানপীঠ বিজয়ী কবিগৰাকীয়ে চিঠিখনত কি লিখি থৈ গৈছে সেয়া চিঠিখন খুলিলেহে জানিব পৰা যাব।

২০০৪ চনতে লিখা এই চিঠিখনক লৈ সৃষ্টি হৈছে তীব্ৰ উৎকণ্ঠা। কি আছে চিঠিখনত? চিঠিখন ৩১ জানুৱাৰীৰ পিছতেহে খুলিবলৈ নিত্য বৰালৈ অনুৰোধ কবি নীলমণি ফুকনৰ পৰিয়ালৰ।

Leave A Reply