Breaking

ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাঃ সোমবাৰে অযোধ্যাত কোন সময়ত কি হ’ব জানেনে?

0 53

অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ মাত্ৰ কেইটামান ঘন্টা বাকী। এই অনুষ্ঠানৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। এই অনুষ্ঠানটো প্ৰত্যক্ষ কৰাৰ বাবে মানুহৰ মাজত আশা বাঢ়িছে।

সোমবাৰে অযোধ্যাত কেতিয়া ক’ত কি হ’ব জানি লওক-

পুৱা ১০.২৫ বজাত অযোধ্যাৰ বিমান বন্দৰত উপস্থিত হ’ব প্রধানমন্ত্রী।
পুৱা ১০.৪৫ বজাত ৰাম মন্দিৰ চৌহদৰ হেলিপেডত অৱতৰণ।


পুৱা ১০.৫৫ বজাত ৰাম মন্দিৰত প্ৰধানমন্ত্ৰীৰ প্ৰৱেশ।
দুপৰীয়া ১২.০৫ বজাত আৰম্ভ হ’ব ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান।
১২.৫৫ বজাত প্রাণ প্রতিষ্ঠা অনুষ্ঠান সমাপ্ত।


দুপৰীয়া ১ বজাত অযোধ্যাত প্ৰধানমন্ত্ৰীৰ জনসভা।
দুপৰীয়া ২ বজাত সমাপ্ত হ’ব জনসভা।
২.১০ বজাত প্রধানমন্ত্ৰীৰ কুবেৰ টিলা দর্শন।

ৰামলালা প্ৰতিষ্ঠাৰ মাহেন্দ্ৰ ক্ষণ আৰম্ভ হ’ব ১২ বাজি ২৯ মিনিট ৮ ছেকেণ্ডত আৰু সমাপ্ত হ’ব ১২ বাজি ৩০ মিনিট ৩২ ছেকেণ্ডত।

Leave A Reply