Breaking

‘মাছ মৰা জাল খন ক’ত অ’? শৰীৰত মাছ মৰা জাল মেৰিয়াই ৰাইজৰ ৰোষত উৰ্ফি জাভেদ…

0 109

‘মাছ মৰা জাল খন ক’ত অ ‘? শৰীৰত মাছ মৰা জাল মেৰিয়াই ৰাইজৰ ৰোষত উৰ্ফি জাভেদ…। উৰ্ফি জাভেদৰ অস্বাভাৱিক ফেশ্বনৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত উৰ্ফি জাভেদে সেউজীয়া ৰছীৰে নিৰ্মিত সাজ-পোছাক পৰিধান কৰা দেখা গৈছে। এই ভিডিঅ’টোত উৰ্ফীয়ে শৰীৰত মাছ ধৰা জাল মেৰিয়াই লৈছে। কাপোৰ নোহোৱাকৈ শৰীৰত সেউজীয়া ৰছীৰে নিৰ্মিত জাল পিন্ধিছে। উৰ্ফিৰ নতুন ৰুপ দেখি আচৰিত হৈছে সকলো।

উৰ্ফি জাভেদ নিউ ড্ৰেছৰ অদ্ভুত ফেশ্বন চেন্সৰ বাবে প্ৰায়ে ছ’চিয়েল মিডিয়াত ট্ৰ’লাৰৰ সন্মুখীন হয়। ট্ৰলাৰসকলে উৰ্ফি জাভেদৰ ফেশ্বন চেন্সক লক্ষ্য কৰি লয়, আনহাতে তেওঁৰ অনুৰাগীসকলে প্ৰশংসাৰে ওপচাই পেলাইছে। উৰ্ফি জাভেদৰ অস্বাভাৱিক ফেশ্বন চেন্সৰ বাবেই আজি সমগ্ৰ বিশ্বতে বিখ্যাত।

Leave A Reply