Breaking

Cannes চলচ্চিত্ৰ মহোৎসৱত কাৰ সৈতে অসমীয়াত কথা পাতিলে আইমী বৰুৱাই…

0 75

সোমবাৰৰ পৰা ফ্ৰান্সত আৰম্ভ হৈছে ৭৭ সংখ্যক কাঁন চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱ ২৫ মে’লৈকে চলিব।

কাঁন চলচ্চিত্ৰ মহোৎসৱত উপস্থিত অসমৰ অভিনেত্ৰী আইমী বৰুৱা।

অসমীয়া চলচ্চিত্ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যৰে ফান্সত অনুষ্ঠিত কাঁন চলচ্চিত্ৰ মহোৎসৱত উপস্থিত অভিনেত্ৰী আইমী বৰুৱা।

Cannesত এগৰাকী বলিউদৰ জেষ্ঠা অভিনেতাৰ সৈতে অসমীয়াত কথা পাতি সামাজিক মাধ্যমত এটি ভিডিঅ’ শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে। ভিডিঅ”টো চাওক, ভিডিঅ’টোত অভিনেতাগৰাকীয়ে আইমী বৰুৱাক অসমীয়াতে সম্বোধন কৰা দেখা যায়ঃ

অভিনেতা ৰাজপাল যাদৱৰ মুখত অসমীয়া ভাষাটি এইদৰে শুনিবলৈ পোৱা গ’ল।

এই ভিডিঅ’টোৱে সামাজিক মাধ্যামত যথেষ্ট প্ৰশংসা লাভ কৰিছে।

 

Leave A Reply