Breaking

ছত্তীশগড়ত ক’ৰ পৰা কোন আগবাঢ়িছে ! কিমান খন আসনত আগবাঢ়িল বিজেপি…

0 40

: ছত্তীশগড়ৰ ক’ৰ পৰা কোন আগবাঢ়িছে?
ছত্তীশগড়ৰ যশপুৰ বিধান সভা সমষ্টিৰ পৰা কংগ্ৰেছৰ বিনয় ভগততকৈ ১৩৮৭৮টা ভোটত আগবাঢ়ি আছে বিজেপিৰ ৰাইমুনি ভগত।


সাতটা ৰাউণ্ড গণনা কৰা হ’ল। কুংকুৰি বিধান সভা সমষ্টিত ৬নং ৰাউণ্ডত বিজেপিৰ বিষ্ণু দেৱ ছাই কংগ্ৰেছৰ ইউ ডি মিনজতকৈ ৬৯৫৪টা ভোটত আগবাঢ়ি আছে।

ছত্তিশগড়ত বিজেপি ৫৪ খন আসনত আগবাঢ়ি আছে , ইয়াৰ বিপৰীতে কংগ্ৰেছ ৩৯ খন আসনত আগবাঢ়ি আছে।

Leave A Reply