Breaking

ভাৰতৰ আটাইতকৈ ধনী অভিনেত্ৰীগৰাকী কোন? তেওঁৰ আছে নিজা বিমান! তেওঁৰ সম্পত্তি পৰিমাণ জানিলে আচৰিত হ’ব…

0 45

হিন্দী চলচ্চিত্ৰ উদ্যোগৰ কথা ক’বলৈ গ’লে শিল্পা শ্বেট্টী, প্ৰিয়ংকা চোপ্ৰা আৰু মাধুৰী দীক্ষিতৰ দৰে তাৰকাসকল ব্যক্তিগত জেটৰ গৌৰৱময় মালিক। আনহাতে ‘জোৱান’ ছবিখনত শ্বাহৰুখ খানৰ সৈতে দেখা পোৱা নয়নতাৰাক এই দেশৰ অন্যতম ধনী মহিলা অভিনেত্ৰী হিচাপে গণ্য কৰা হয়। খবৰ অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ২০০ কোটি টকা। খবৰ অনুসৰি নয়নতাৰা ব্যক্তিগত জেট বিমানখনৰ মালিক। নয়নতাৰা জেট বিমানখনৰ মূল্য প্ৰায় ৫০ কোটি টকা বুলি জানিব পৰা গৈছে।

অভিনেত্ৰীগৰাকী আৰু তেওঁৰ স্বামী বিগনেশ শিভানে দুয়োজনে ব্যৱহাৰ কৰে জেটখন, তেওঁলোকৰ উচ্চ জীৱনশৈলীৰ বিষয়ে এক বক্তব্যও দিয়ে। ব্যক্তিগত জেট বিমানখনৰ ভিতৰৰ কিছু ছবি ছ’চিয়েল মিডিয়াত প্ৰকাশো পাইছে।

Leave A Reply