November 29, 2023 বলিউডৰ ছুুপাৰষ্টাৰ ছলমান খানলৈ পুনৰ মৃত্যুৰ ভাবুকি কোনে দিলে… Share FacebookTwitterWhatsAppTelegramKooEmail ছলমান খানলৈ পুনৰ মৃত্যুৰ ভাবুকি। ছ’চিয়েল মিডিয়াযোগে হত্যাৰ ভাবুকি দিছে অভিনেতাগৰাকীক। নিৰাপত্তাৰ দিশটো পুনৰীক্ষণ কৰিছে মুম্বাই আৰক্ষীয়ে। ইতিমধ্যে ছলমান খানক মুম্বাই আৰক্ষীয়ে প্ৰদান কৰিছে Y-প্লাছ নিৰাপত্তা। Author: দৈনন্দিন বাৰ্তা Related Articles চেক বাউন্স গোচৰত অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড, বৃহৎ অংকৰ ক্ষতিপূৰণৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ দৈনন্দিন বাৰ্তা - July 12, 2026 নীতি আয়োগৰ ১১ সংখ্যক পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ । Himanta Biswa Sarma দৈনন্দিন বাৰ্তা - June 11, 2026 ত্ৰিপুৰাত ভাৰত-বাংলাদেশ সীমান্তৰ সুৰক্ষা পৰ্যালোচনা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । Amit Shah দৈনন্দিন বাৰ্তা - June 9, 2026