Breaking

নোৰা ফাতেহীৰ পুৰণি ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত অনুৰাগীসকল কিয় আচৰিত হ’ল…

0 355

নোৰা ফাতেহী বৰ্তমান বহুতৰে ক্ৰাছ । সামাজিক মাধ্যমত বহুতে তেওঁক‌ ফ্ল কৰে ।

ইনষ্টাগ্ৰাম ফেচবুকত লাখ লাখ অনুৰাগী।

কিন্তু হঠাৎ নোৰা ফাতেহীৰ পুৰণি ফটো সমূহ ভাইৰেল হোৱাত সকলোৱে আচৰিত হৈ গ’ল ।


বহুতে কমেণ্ট কৰিলে এই গৰাকী মোৰ ক্ৰাছ হ’ব নোৱাৰে । ইমান ক্ষীণ ।

অলপো মিল নাই বৰ্তমানৰ নোৰাৰ চেহেৰাৰ লগত ।

Leave A Reply