Breaking

এজন ব্যক্তিয়ে পথৰ দাঁতিত থকা এটা কুকুৰক কিয় এনে কৰিছে? কেনে মানসিকতাৰ ব্যক্তি…

0 1,350

উত্তৰ লক্ষীমপুৰৰ নিহাৰীকা দত্ত নামৰ মহিলা এগৰাকীয়ে সামাজিক মাধ্যম আপদেটৰ পৰা সংগৃহীত ভিদিঅ৷ ল’ৰাজন কোন চিনি নাপাই বুলি উল্লেখ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে যাতে দুধৰ্ষ ব্যক্তিজনে উচিত শাস্তি পায়৷ মানুহক জীৱশ্ৰেষ্ঠ আখ্যা দিয়াৰ পিচতো এনে জীৱৰ ওপৰত অমানৱীয় অত্যাচাৰ চলাই কি শ্ৰেষ্ঠতা দেখুৱাব খুজিছে৷

সুন্দৰ ভাৱে নিজৰ কামত ব্যস্ত থকা কুকুৰটোৱে কাকো একো হানি নকৰাকৈ বহি থকা সেই জীৱটোক এনে ব্যৱহাৰ কিয় কৰিলে ল’ৰাজনে ? ইয়াৰ বিচাৰ ৰাইজৰ হাতত৷

Leave A Reply