Breaking

কিয় বৰ্তমানেও ঘোষণা হোৱা নাই তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম…

0 32

কিয় বৰ্তমানেও ঘোষণা হোৱা নাই তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম?

বৰ্তমানেও ঘোষণা হোৱা নাই ৩ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম।

দেশজুৰি চৰ্চা চলিছে এই বিষয়ক লৈ।

এইসমূহৰ মাজতেই ছত্তীশগড়ৰ ৰায়পুৰত উপস্থিত ৩বিজেপি পৰ্যবেক্ষক।

দুপৰীয়া ২বজাৰ পৰা অনুস্থিত হৈছে বিজেপি বিধায়িনী দলৰ বৈঠক। অৰ্জুন মুণ্ডা, সৰ্বানন্দ সোণোৱাল, দুষ্মন্ত গৌতম, ৰায়পুৰত উপস্থিত হৈছে।

আজি ঘোষণা হ’ব পাৰে ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰীৰ নাম।‌

Leave A Reply