Breaking

প্ৰেমিকাৰ সৈতে বজাৰ কৰি থকা সময়তেই পত্নীৰ হাতত ধৰা পৰিল স্বামী। ভাইৰেল হ’ল ভিডিঅ’।

0 110

কোনো বলীউডৰ এখন চলচ্চিত্ৰৰ দৃশ্য যেন লাগিছিল, যেতিয়া এগৰাকী মহিলাই নিজৰ স্বামীক গাজিয়াবাদৰ (Ghaziabad) জনবহুল বজাৰতে প্ৰহাৰ কৰিছিল (Wife Beats Husband)। কাৰণ স্বামীক কৰৱা চৌথৰ (Karwa Chauth Shopping) দিনা প্ৰেমিকাৰ সৈতে বজাৰ কৰি থকা অৱস্থাত ধৰা পেলাইছিল। ঘটনাটোৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Social Media Viral Video)। পত্নীয়ে কেইজনমান লোকৰ সৈতে মিলি স্বামীৰ কলাৰ ধৰে আৰু প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। ঘটনাস্থলীত যথেষ্ট ভিৰ জমা হয়।

ভিডিঅ’টোত আপুনি দেখা পাইছে যে যেতিয়া লোকজনৰ প্ৰেমিকাই তেওঁক ৰক্ষা কৰিবলৈ ধৰিছিল, তেতিয়া সকলোৱে তাইকো প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিছিল।

য’ত ঘটনাটো সংঘটিত হৈছিল তাত দোকানীয়ে ‘বাহিৰত, বাহিৰত’ বুলি চিঞৰি থকা শুনা গৈছে, কাৰণ তেওঁলোকক দোকানৰ বাহিৰত কাজিয়া কৰিবলৈ কৈ আছিল।

পত্নী স্বামীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে।

চাওক ভিডিঅ’টো-

Leave A Reply