Breaking

জয় মেহতাৰ জন্মদিনত পত্নী জুহি চাওলাৰ বিশেষ কেক উপহাৰ, কেকৰ মূল্য জানিলে আচৰিত হ’ব…

0 40

বলীউডৰ অভিনেত্ৰী জুহি চাওলাই স্বামী জয় মেহতাৰ ৬৩ সংখ্যক জন্মদিনৰ বিশেষ ফটো শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনায়। এই ছবিখনত অভিনেত্ৰীগৰাকীয়ে অনুৰাগীক জন্মদিনৰ কেকৰ আভাস দেখুৱাইছে। ফটোখনৰ লগতে জুহীয়ে জয়ৰ বাবে বিশেষ কেপচনো লিখিছে। সেই অভিনেত্ৰীসকলৰ তালিকাত জুহি চাওলাৰ নাম অন্তৰ্ভুক্ত। যিয়ে বছৰ বছৰ ধৰি নিজৰ অভিনয়ৰ জৰিয়তে বলীউডত ৰাজত্ব কৰি আহিছে। এতিয়া ডাঙৰ পৰ্দাত খুব কমেকৈ দেখা পোৱাৰ পাছতো ছ’চিয়েল মিডিয়াত তেওঁ অতি সক্ৰিয়।


আচলতে জুহি চাওলাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত স্বামী জয়ৰ বিশেষ জন্মদিনৰ কেকৰ এখন ছবি শ্বেয়াৰ কৰিছে। অভিনেত্ৰীগৰাকীয়ে নিজৰ প্ৰিয় সকলো বস্তুৰ লগতে স্বামী জয়ৰ ছবিৰে কেকটো প্ৰস্তুত কৰি উলিয়াইছে।

এই ফটোখনৰ কেপচনত জুহি চাওলাই লিখিছে, ‘মোৰ জীৱনৰ দয়ালু, উদাৰ, মৰমিয়াল, বন্ধুত্বপূৰ্ণ আৰু আটাইতকৈ বিৰক্তিকৰ ব্যক্তিজনৰ জন্মদিনৰ শুভেচ্ছা জনালোঁ। জন্মদিনত মেহতাক শুভেচ্ছা জনোৱা দেখা যায়। জুহি চাওলা আৰু জয় মেহতাৰ বিবাহ ২০১৫ চনত হৈছিল।

Leave A Reply