আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে দলগাঁৱৰ Wildlife ফটোগ্ৰাফাৰ নেজিব আহমেদ… ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় By দৈনন্দিন বাৰ্তা Last updated Nov 29, 2022 0 67 Share আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে দলগাঁৱৰ Wildlife ফটোগ্ৰাফাৰ নেজিব আহমেদ। বাংগালুৰুত অনুষ্ঠিত Nature in Focus নামৰ অনুষ্ঠানটোৱে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফটো প্ৰতিযোগিতাত বিজয়ী হ’বলৈ সক্ষম হৈছে নেজিব আহমেদ। photographerWildlife 0 67 Share