August 18, 2024 মুম্বাইৰ ছিয়ন হাস্পতালৰ মহিলা চিকিৎসকক আক্ৰমণ ৰোগীৰ আত্মীয়ৰ… Share FacebookTwitterWhatsAppTelegramKooEmail কলকাতাৰ নৃশংস কাণ্ডৰ ঢৌ মাৰ নাযাওতেই এইবাৰ মুম্বাইত মহিলা চিকিৎসকক শাৰিৰীকভাৱে অপদস্থ । মুম্বাইৰ ছিয়ন হাস্পতালৰ মহিলা চিকিৎসকক আক্ৰমণ ৰোগীৰ আত্মীয়ৰ। ৫-৬জনীয়া দলৰ আক্ৰমণ মহিলা চিকিৎসকগৰাকীক। Author: দৈনন্দিন বাৰ্তা Related Articles পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান দৈনন্দিন বাৰ্তা - August 25, 2026 অন্বেষা শইকীয়া মৃত্যুৰ লগত জড়িত অংকিত দাসক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 20, 2026 স্বাধীনতা দিৱস উপলক্ষে লায়ন্স ক্লাব অৱ গুৱাহাটী প্ৰাইডৰ উদ্যোগত পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচী । Gauhati , Lions Club দৈনন্দিন বাৰ্তা - August 16, 2026