Breaking

চৰাইদেউত তীব্ৰ বেগী বাহনৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু…

0 21

চৰাইদেউত সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। তীব্ৰ বেগী বাহনৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু হয় ৷ সোণাৰি পৰা শিৱসাগৰ অভিমুখে এ এছ ০৪ এ চি ৬৪৯১ নম্বৰৰ এখন তীব্ৰ বেগী বলেৰ’

গাড়ী খুন্দাৰ ফলত মৃত্যু হয় মহিলাগৰাকীৰ ৷

নিহত মহিলাগৰাকী এঙেৰা হাবিগাৱঁৰ চুচিলা মূড়া বুলি জানিব পৰা গৈছে৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰি বলেৰ’ বাহনখনৰ চালকজন পলাতক অৱস্থাত আছে৷

Leave A Reply