Breaking

বিলাসীপাৰাত মাইক্রফাইনেছ ঋন মাফৰ চেক নোপোৱাত মহিলাৰ উত্তাল প্ৰতিবাদ…

0 92

বিলাসীপাৰাত বন্ধন বেংকৰ ৰাঁখি দলৰ মহিলাসকলৰ উত্তাল প্ৰতিবাদ। বন্ধন বেংকৰ মাইক্রফাইনেছ ঋন মাফৰ নামত অসম চৰকাৰে মহিলা সকলক বিনামূলীয়াকৈ চেক আৱন্টণ দি আহিছে।


যদিও বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত নায়েৰ আলগা ব্লকৰ ৰাঁখি দলৰ মহিলাসকলক অসম চৰকাৰে বিনামূলীয়াকৈ চেক আৱন্টণ নিদিয়াৰ ফলত


বিলাসীপাৰা থানামোৰৰ ওচৰত থকা বন্ধন বেংকৰ সন্মূখত ৰাঁখি দলৰ মহিলা সকলোৱে অসম চৰকাৰ আৰু বন্ধন বেংকৰ বিৰুদ্ধে,বিভিন্ন শ্বলো গানৰে,এনেদৰে উত্তাল প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে।

Leave A Reply