Breaking

চাপৰত শিশুৰ অধিকাৰ সম্পর্কে কৰ্মশালা

0 141

ধুবুৰী জিলা শিশু সুৰক্ষা গোট আৰু আঞ্চলিক গ্ৰাম উন্নয়ন পৰিষদৰ উদ্যোগত চাপৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত শিশুৰ অধিকাৰ কৰ্মশালাত বিশিষ্ট অতিথি হিচাপে Progoti Kalita,Guahati, Jotsna Biswas CDPO Chapar, Dr, Abul Kalam Azad, আৰু Nur Alom ৰ লগতে বেচৰকাৰী সংস্থাটোৰ কৰ্মকৰ্তা সকলে উপস্থিত থাকি শিশু অধিকাৰ সম্পৰ্কে বিশদভাৱে আলোচনা কৰে ।


উল্লেখ্য যে শিশু অধিকাৰৰ বিষয়ে শিশু সকলক অৱগত কৰোৱাৰ উপৰিও অভিভাৱক আৰু শিশুৰ মাজত আলোচনা কৰা দেখা যায় ।সভাত বিশেষকৈ বাল্য বিবাহ আৰু শিশু শ্ৰমিকৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাষণ প্ৰদান কৰে লগতে সমাজৰ ব্যাধি স্বৰূপ বাল্যবিবাহ আৰু শিশু শ্ৰমিক কঠোৰ ভাৱে বন্ধ কৰাৰ এক প্ৰয়াস হাতত লয় ।

Leave A Reply