Breaking

পদ্মশ্ৰী সন্মান ঘূৰাই দিলে মল্লযুঁজাৰু বজৰং পুনিয়াই…

0 41

পদ্মশ্ৰী সন্মান ঘূৰাই দিলে মল্লযুঁজাৰু বজৰং পুনিয়াই।

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নতুন সভাপতি নিৰ্বাচনক লৈ এই সিদ্ধান্ত বজৰং পুনিয়াৰ । WFIৰ সভাপতি হিচাপে নিৰ্বাচিত সঞ্জয় সিং।

পূৰ্বৰ সভাপতি ব্ৰীজ ভূষণ চৰণ সিঙৰ ঘনিষ্ঠ সঞ্জয় সিং। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি ঘূৰাই দিলে এই সন্মান।

Leave A Reply