Breaking

মেক্সিকোত অৰণ্য গঢ়িবলৈ যাব অসমৰ যাদৱ পায়েং, লগত লৈ যাব তামোল আৰু নাৰিকলৰ পুলি

0 2,288

অসমৰ যাদৱ পায়েঙক দক্ষিণ আমেৰিকাৰ মেক্সিকো চৰকাৰে সন্মান জনাই প্ৰদান কৰিছে ১০ বছৰৰ ভিছা। পায়েঙৰ সৈতে মেক্সিকোৰ চৰকাৰে কৰিছে এক বিশেষ চুক্তি। পদ্মশ্ৰী যাদৱ পায়েঙক দেশখনত প্ৰতি বছৰে তিনি মাহ থকাকৈ দহ বছৰলৈ মেক্সিকোলৈ আমন্ত্ৰণ জনাইছে দেশখনৰ চৰকাৰে। কাৰণ দেশখনত চৰকাৰে আঠ লাখ হেক্টৰ মাটি লৈছে গছপুলি ৰোপণ কৰিবলৈ। তেওঁ অসমৰ পৰা লগত লৈ যাব তামোল আৰু নাৰিকলৰ পুলি…

Leave A Reply