Breaking

মালাইকা আৰোৰাৰ‌ জন্মদিনত প্ৰাক্তন স্বামী আৰবাজ খানে কিদৰে শুভেচ্ছা জনালে, জানি আপুনি আচৰিত হ’ব…

0 226

আৰবাজ খানক যেতিয়া সংবাদ মাধ্যমে প্ৰশ্ন কৰিছিল যে মালাইকাৰ জন্মদিন আপুনি কিদৰে শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰে তেতিয়া তেওঁ উত্তৰত কৈছিল যে মালাইকাৰ লগত মোৰ কোনো সম্পৰ্ক নাই ।

তাই তাইৰ জীৱনত সুখী থাকক । মই মোৰ প্ৰেমিকাৰ লগত সুখী আছোঁ ।

Leave A Reply