Breaking

জটিল ৰোগত আক্রান্ত যুৱ অভিনেতা কিশোৰ দাস।

0 2,373

জটিল ৰোগত আক্রান্ত যুৱ অভিনেতা কিশোৰ দাস। জুবিন গাৰ্গ চিকিৎসাৰ দায়িত্ব ল’লে!
২৮ বছৰ বয়সতে কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ।বৰ্তমান অভিনেতাজন গুৱাহাটী মহানগৰীৰ হেলথ চিটী হাস্পতালত চিকিত্‍সাধীন হৈ আছে। অতি কম সময়ৰে ভিতৰতে অভিনয়ৰে অসম বাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল অভিনেতা জন। কিন্তু , শেহতীয়াকৈ কিশোৰৰ এই ৰোগৰ কথা জানিব পাৰি তেওঁৰ আনুৰাগী সকল মৰ্মাহত হোৱাৰ লগতে আশু আৰোগ্য কামনা কৰিছে।

বৰ্তমান অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গে কিশোৰক মুম্বাইত চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব ল’লে। আনহাতে FILM FRATERNITY OF ASSAMৰ ফালৰ পৰা উদীয়মান অভিনেতাজনক চিকিত্‍সাৰ বাবে সহায় বিচাৰি এতিয়া কৰিছে আৱেদন।

Leave A Reply