October 15, 2023 নলবাৰীৰ বৰ্ণিবাৰী আৰক্ষী চকী লণ্ডভণ্ড কৰা যুৱকক আটক… Share FacebookTwitterWhatsAppTelegramKooEmail নলবাৰীৰ বৰ্ণিবাৰী আৰক্ষী চকী লণ্ডভণ্ড কৰা যুৱকক আটক। ধৃত যুৱকজন বৰ্ণিবাৰীৰ জয়ন্ত দাস। আৰক্ষী চকীৰ ভিতৰত প্ৰৱেশ কৰি সামগ্ৰী লণ্ডভণ্ড কৰিছিল যুৱকজনে। বাইক জব্দ কৰাক লৈ যুৱকজনে সংঘটিত কৰিছিল এই কাণ্ড। Author: দৈনন্দিন বাৰ্তা Related Articles অন্বেষা শইকীয়া মৃত্যুৰ লগত জড়িত অংকিত দাসক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 20, 2026 ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026 Gangrape-Murder: হাইলাকান্দিৰ শোকাৱহ ঘটনা: নৃশংস আক্ৰমণক লৈ ‘এনকাউণ্টাৰ’ৰ দাবী; প্ৰধান মহিলা সংগঠনসমূহৰ নীৰৱতাক লৈ প্ৰশ্ন দৈনন্দিন বাৰ্তা - August 8, 2026