Breaking

শিলচৰৰ ৰংপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত যুৱক-যুৱতী…

0 52

ভয়ংকৰ পথ দুৰ্ঘটনাতপতিত যুৱক-যুৱতী। এই ঘটনা শিলচৰৰ ৰংপুৰৰ।ঘটনা অনুসৰি সোমবাৰে নিশা এটা ফাৰ্ম হাউচ ভাড়ালৈ লৈ সুৰাৰ পাৰ্টি কৰিছিল একাংশ যুৱক-যুৱতীয়ে।

পাৰ্টি কৰি সুৰাৰ নিচাত মাতাল হৈ তীব্ৰ গতিত গাড়ী চলোৱাৰা বাবে ভয়ংকৰ দুৰ্ঘটনা হোৱা বুলি জানিব পৰা গৈছে।

চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত ৰাজপথত বাগৰি পৰে মাৰুতি চুজুকি বাহনখন।

Leave A Reply