Breaking

এদিনীয়া বিশ্বকাপ ২০২৩ৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে জিম্বাবুৱে

0 82

একেৰাহে দ্বিতীয়বাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই জিম্বাবুৱে।

স্কটলেণ্ডৰ বিৰুদ্ধে শেষবাৰৰ বাবে এদিনীয়া বিশ্বকাপ কোৱালিফায়াৰ ২০২৩ ছুপাৰ ছয় পৰ্যায়ৰ মেচত পৰাস্ত হোৱাৰ পিছত এই কথা প্ৰকাশ পাইছে।

ইতিমধ্যে শ্ৰীলংকাই এদিনীয়া বিশ্বকাপ ২০২৩ৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

শেষটো খালী অৰ্হতাৰ স্থানৰ বাবে স্কটলেণ্ড আৰু নেদাৰলেণ্ডৰ মাজত প্ৰতিদ্বন্দ্বিতা!

Leave A Reply