সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন অগ্ৰাহ্য আদালতৰ।
শ্যামকানু মহন্তই নিয়োগ কৰিলে নতুন অধিবক্তা।
সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই ভুল নথি পত্ৰ জমা দিছিল আদালতত।
জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি।
অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ আজি জামিন আবেদনৰ শুনানি।
শ্যামকানু মহন্তৰ হৈ যুক্তি অসমৰ অধিবক্তাৰ।
জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰা শ্যামকানু মহন্তৰ নতুন অধিবক্তা।

