অপৰাধ

YBY Trading App Scam : ৱাই বি ৱাই ট্ৰেডিং এপ কেলেংকাৰিৰ দুই মাষ্টাৰমাইণ্ডক চিআইডিৰ মাৰাথন জেৰা

ভূৱা ট্ৰেডিং এপ ৱাই বি ৱাই কেলেংকাৰিৰ লগত জড়িত দুই খলনায়কক গ্ৰেপ্তাৰ(YBY Trading App Scam) । ধৃত দুই খলনায়কক মাৰাথন জেৰা চিআইডিৰ ।

Manipur forces seize arms : মণিপুৰৰ জিৰিবামত আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

ড্ৰোন আৰু ৰকেট আক্ৰমণৰ মাজত জিৰিবাম জিলাত নতুনকৈ সংঘটিত হিংসাত্মক ঘটনাত কমেও পাঁচজন লোক নিহত হোৱাৰ এদিন পিছতে মণিপুৰত উগ্ৰপন্থীৰ সন্ধানৰ বাবে এক বৃহৎ কোম্বিং (Manipur forces seize arms) অভিযান চলি আছে। তাৰ মাজতে নিৰাপত্তা সংস্থাসমূহে ৰাজ্যখনত এক গুৰুত্বপূৰ্ণ অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ কৰে৷

Police Officer Jitumoni Deka Suspended: বিতৰ্কিত চুমীৰ বৰাৰ বিয়া খাবলৈ গৈ বিপদত পৰিল আৰক্ষী বিষয়া; অ’চি জিতু ডেকাক নিলম্বন

'ট্ৰেডিঙৰ লগত মোৰ কোনো সম্পৰ্ক নাই, তাৰ্কিকৰ লগত ভ্ৰাতৃত্বসুলভ বন্ধুত্বৰ বাবে বিয়া খাবলৈ গৈছিলোঁ"- নিলম্বিত আৰক্ষী বিষয়া জিতু ডেকা (Police Officer Jitumoni Deka Suspended) ।

মুখ্যমন্ত্ৰী ডালে ডালে, অসম আৰক্ষী পাতে পাতে

অসমৰ হাজাৰ হাজাৰ লোকৰ পৰা প্ৰায় ৪০০০ কোটি টকা সৰকাই বৰ্তমান অভিনেত্ৰীগৰাকী পলাতক। বিশেষ সূত্ৰে জানিব পৰা মতে চুমি বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ অলপো সম্ভাৱনা নাই।(Who invested the money in online trading)

Bishal Phukan to be produced in court: আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব বিশাল ফুকনক, খোল খাব মুখাৰ আঁৰৰ মুখ

প্ৰৱঞ্চক বিশাল ফুকনক আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব।আৰক্ষীৰ জেৰাত বিস্ফোৰক তথ্য ফাদিল বিশাল ফুকনৰ। ডিব্ৰুগড় আৰক্ষীৰ জিম্মাত আছে প্ৰৱঞ্চক বিশাল ফুকন। পূৰ্বে ৩ দিনৰ জিম্মাত লৈছিল আৰক্ষীয়ে। ম্যাদ উকলাত আজি পুনৰ আদালতত হাজিৰ কৰাব আৰক্ষীয়ে। (Bishal Phukan to be produced in court)

Popular