মনোৰঞ্জন

মৰিগাঁওৰ আহঁতগুৰিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাহিত্য দিৱস । morigaon

মৰিগাঁওৰ আহঁতগুৰিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাহিত্য দিৱস । morigaon

Amitabh Bachchan Jaya Bachchan: অমিতাভ বচ্চনে কিয় খৰখেদাকৈ জয়া ভাদুৰীক বিয়া কৰাইছিল ? পঢ়ক ৬২ বছৰীয়া প্ৰেম-কাহিনী

আগতীয়াকৈ কোনো পৰিকল্পনা কৰা হোৱা নাছিল। ব্যক্তিগত বিয়া আছিল, খৰখেদাকৈ কৰা, এখন গোপন বিয়া। গতিকে আজি এই গোপনীয়তাৰ বিষয়ে জানক।(Amitabh Bachchan Jaya Bachchan)

Sonu Sood Wife: পথ দুৰ্ঘটনাত পতিত চনু ছুদৰ পত্নী সোণালী ছুদ

চনু ছুদৰ পত্নী সোণালী ছুদৰ এক পথ দুৰ্ঘটনা পতিত, মুম্বাই-নাগপুৰ ঘাইপথত সংঘটিত দুৰ্ঘটনাত চনু ছুদ। খবৰ অনুসৰি অভিনেতাগৰাকীৰ ঘনিষ্ঠ লোকে কয় যে বৰ্তমান তেওঁৰ কোনো চিন্তাৰ বিষয় নাই।(Sonu Sood Wife)

Zubeen Garg: নিখোঁজ জুবিন-গৰিমাৰ মিষ্টাৰ ৰেম্বো

জোনালীৰ ষ্টুডিঅ’ৰপৰা নিখোঁজ জুবিন গাৰ্গৰ মৰমৰ নতুন পোহনীয়া কুকুৰ ৰেম্ব’।(Zubeen Garg)

Jacqueline Fernandez Mother: জেকলিন ফাৰ্নাণ্ডেজৰ মাতৃক ICUত ভৰ্তি কৰোৱা হৈছে, অভিনেত্ৰীগৰাকীয়ে সকলো কাম এৰি খৰখেদাকৈ উভতিছে ঘৰলৈ !

জেকলিন ফাৰ্নাণ্ডেজৰ অনুৰাগীৰ বাবে এক ডাঙৰ খবৰ। বৰ্তমান তেওঁৰ মাতৃ আই চি ইউত ভৰ্তি হৈ আছে। এই খবৰ ওলোৱাৰ পিছত অভিনেত্ৰীগৰাকীও সকলো কাম এৰি ঘৰলৈ উভতিল।(Jacqueline Fernandez Mother)

Popular