মনোৰঞ্জন

Salman Khan: ১০০ কোটি অতীত, এতিয়া ২০০ কোটিৰ যুগ; চিকান্দৰৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ছলমান খালে ক’লে ৪ দিনত ছবিগৃহ জোকাৰি যাব!

Salman Khan: ১০০ কোটি উপাৰ্জন কৰিব…, চিকান্দৰৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ছলমান খালে ক'লে ৪ দিনত ছবিগৃহ জোকাৰি যাব !

Song Releasing: গুৱাহাটীস্থিত অ’ডিটেক ষ্টুডিঅ’ত মুকলি কৰা হয় এটি গীতৰ দৃশ্য-শ্ৰব্য সংস্কৰণ, বিশিষ্ট শিল্পী শান্তা উজীৰে উন্মোচন কৰে গীতটি

গুৱাহাটীৰ অ’ডিটেক ষ্টুডিঅ’ত এটি নতুন নিভাঁজ আৰু মিঠা অসমীয়া দৃশ্য-শ্ৰাব্য গীত “এটি এটি কথা” মুকলি কৰা হয়।(Song Releasing)

Yuzvendra Dhanashree: চাহাল-ধনশ্ৰীৰ বিবাহ বিচ্ছেদ চূড়ান্ত, বম্বে পৰিয়াল আদালতৰ চূড়ান্ত ৰায়

আনুষ্ঠানিকভাৱে যুজবেন্দ্ৰ চাহাল-ধনশ্ৰীৰ বিৱাহ বিচ্ছেদ। বম্বে পৰিয়াল আদালতৰ চূড়ান্ত ৰায়। ৪.৭৫ কোটি টকাৰ এলিমনি ধনশ্ৰীক দিব লাগিব যুজবেন্দ্র চাহালে।(Yuzvendra Dhanashree)

Shahrukh Khan: কেৱল পত্নীয়ে বনোৱা বনোৱা আইচক্ৰীম খাই শ্বাহৰুখে, খানে জীৱনৰ পৰা আঁতৰালে চেনি, ১৪ দিন চেনি নাখালে কি হ’ব জানেনে ?

বহু অভিনেতা-অভিনেত্ৰীয়ে মিঠা ত্যাগ কৰিছে। আনকি কিছুমানে চেনি এৰাৰ প্ৰত্যাহ্বানও গ্ৰহণ কৰিছে। ১৪ দিনৰ বাবে খাদ্যৰ পৰা চেনি বাদ দিলে কি হয় জানেনে?(Shahrukh Khan)

Guess This Actress: চেহেৰাই শত্ৰু, বাৰে বাৰে প্ৰত্যাখ্যানৰ সন্মুখীন এইগৰাকী অভিনেত্ৰী হৈ পৰিল ৩০১০ কোটি টকাৰ সাম্ৰাজ্যৰ বোৱাৰী !

চলচ্চিত্ৰ জগতত নাম উজলাই তোলাটো সহজ নহয়। (Guess This Actress)সকলোৱে কঠোৰ পৰিশ্ৰম কৰি বহু প্ৰত্যাখ্যানৰ সন্মুখীন হ’বলগীয়া হয়।

Popular